as_tn/1co/07/12.md

965 B

তুষ্ট হোৱা

“ইচ্ছা কৰা” বা “সন্তোষ্টিৰে থকা”

কাৰণ বিশ্বাস নকৰা স্বামী পৃথক কৰা হ’ল

“কাৰণ ঈশ্বৰে অবিশ্বাসী স্বামীক একাষৰীয়া কৰিলে” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

অবিশ্বাসী মহিলা পৃথক কৰা হ’ল

“কাৰণ ঈশ্বৰে অবিশ্বাসী ভাৰ্য্যাক একাষৰীয়া কৰিলে” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

তেওঁলোকক পৃথক কৰা হ’ল

“ঈশ্বৰে তেওঁলোকক একাষৰীয়া কৰিলে”(সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)