as_tn/1co/07/10.md

1.3 KiB

বিবাহিত

এগৰাকী সঙ্গী থকা( স্বামী বা ভাৰ্য্যা)

পৃথক হ’ব নালাগে

প্ৰায়বিলাক গ্ৰীকত আইনগত ভাবে বিচ্ছেদ বা সাধাৰণ পৃথক হোৱাৰ কথা স্পষ্ট কৰা নহয়; প্ৰায় সৰহসংখ্যক দম্পত্তি “পৃথক হোৱা” অৰ্থটো হৈছে তেওঁলোকৰ মাজত বিবাহিত যুগলৰ অস্তিত্ব নাই।

বিচ্ছেদ হোৱা উচিত নহয়

ওপৰৰ টোকাটো চাওক, “পৃথক হ’ব নালাগে” এইটোৰ অৰ্থ একেই। এইটোৱে আইনগতভাবে বিচ্ছেদ বা সাধাৰণ পৃথক হোৱা বুজাব পাৰে।

তেওঁৰে সৈতে মিল হোৱা

“তাই তাইৰ স্বামীৰ লগত বিষয়টো সমিলমিল হওক আৰু তেওঁলৈ ঘুৰি আহক।” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)