as_tn/1co/07/08.md

903 B

অবিবাহিত

“এতিয়া বিবাহিত নহয়”; এইটোৰ অন্তৰ্ভুক্ততা হৈছে কেতিয়াও বিয়া কৰোৱা নাই আৰু আগতে হয়তু বিয়া কৰিছিল।

বিধৱা

এগৰাকী মহিলা যাৰ স্বামী ঢুকাইছে।

এইটো উত্তম কথা

ইয়াত উত্তম শব্দটোৱে সঠিক আৰু গ্ৰহণীয় বুজাইছে। ব্যাখ্যাঃ “এইটো সঠিক আৰু গ্ৰহণীয়”

বিয়া

স্বামী আৰু স্ত্ৰী হোৱা।

কামাগ্নিয়ে দহিত

ব্যাখ্যাঃ“অবিৰতভাবে দৈহিক মিলনৰ ইচ্ছা থাকা”