as_tn/1co/07/05.md

2.5 KiB

তোমালোকে ইজনে সিজনক দৈহিকভাবে বঞ্চিত নকৰিবা

ব্যাখ্যাঃ“তোমাৰ সঙ্গীক শাৰীৰিকভাবে তুষ্ট কৰিবলৈ অস্বীকাৰ নকৰিবা”

তোমালোকে যাতে প্ৰাৰ্থনাত নিজকে উচৰ্গা কৰিব পাৰা

তেওঁলোকে নিজে থিৰাং কৰি দৈহিক মিলনৰ পৰা আতৰি থাকি প্ৰাৰ্থনাত নিমগ্ন হ’বলৈ কিছুদিন পৃথকে থাকিব পাৰা, যিহুদী ধৰ্ম্মত এইটো প্ৰায় ১ ২ সপ্তাহ হয়।

তুমি নিজকে উচৰ্গ কৰা

“ তুমি নিজকে সমৰ্পণ কৰা”

পুনৰ একে লগ হ’ব পাৰা

দৈহিক মিলন কাৰ্য্যলৈ পুনৰ যাব পাৰা।

কাৰণ তোমালোকৰ আত্মসংযমৰ অভাৱ

ব্যাখ্যাঃ “কাৰণ কিছুদিনৰ পাছত, তোমালোকক অভিলাষক নিয়ন্ত্ৰণত ৰাখিবলৈ কঠান হ’ব”

মই তোমালোকক এইটো এক অনুমতিহে দিছো আজ্ঞা দিছো বুলি নহয়

পৌলে তেওঁলোকক প্ৰাৰ্থনা কৰাৰ উদ্দেশ্যত যৌন মিলনৰ পৰা কিছুদিন পৃথকে থাকিবলৈ কৈছে, কিন্তু সেইটো এক বিশেষ কথা নহয়, অবিৰতভাবে চলাই যোৱা কথাও নহয়।

মোৰ নিচিনা হোৱা

পৌলৰ নিচিনা বিবাহিত আছিল ( আগতে বিবাহিত বা অবিবাহিত)।

কিন্তু প্ৰতিজনে ঈশ্বৰৰ পৰা উপহাৰ পাইছে, এজনৰ এক প্ৰকাৰৰ আৰু আন জনৰ আন প্ৰকাৰৰ। ব্যাখ্যাঃ “ঈশ্বৰে এজনক এক প্ৰকাৰৰ সামৰ্থ দিয়ে, আৰু আন জনক আন প্ৰকাৰৰ সামৰ্থ দিয়ে”