as_tn/1co/06/18.md

1.1 KiB

তাৰ পৰা পলোৱা

এজন ব্যক্তিয়ে শৰীৰিকভাবে বিপদৰ পৰা পলোৱাৰ লগত পাপক অগ্ৰাহ্য কৰি আত্মিকৰূপে বুজোৱা হৈছে। ব্যাখ্যাঃ“তাৰ পৰা পলোৱা” (শাব্দিক অৰ্থ চাওক)

সমৰ্পণ কৰা

ব্যাখ্যাঃ “ কৰে” বা “সম্পন্ন কৰা”

“বাকী যি সকলো পাপ কৰা সেইবোৰ তেওঁৰ শৰীৰৰ বাহিৰ”

যৌন ব্যভিচাৰী মানুহ তেওঁৰ নিজৰ শৰীৰৰ বিৰুদ্ধে পাপ কৰে যৌন পাপৰ ফলত এজন ব্যক্তিৰ নিজৰ শৰীৰ বেমাৰী আৰু ৰোগীয়া হৈ পৰে, কিন্তু আন আন পাপবোৰে এইদৰে শৰীৰৰ ওপৰত কোনো হানি নকৰে।