as_tn/1co/06/16.md

744 B

তোমালোকে নাজানা নে কি

“তোমালোকে ইতিমধ্যে জানা যে।” পৌলে সত্যতাটোৰ ওপৰত গুৰুত্ব দিছে যে তেওঁলোকে ইতিমধ্যে জানে। (আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)

কিন্তু যি জনে প্ৰভুৰ লগত সংযোগ হয় তেওঁৰে সৈতে এক আত্মা হয়

ব্যাখ্যাঃ “এজন ব্যক্তি যিয়ে প্ৰভুৰ লগত সংযুক্ত হয় তেওঁ প্ৰভুৰ লগত এক আত্মা হয়।”