as_tn/1co/06/14.md

1.2 KiB

প্ৰভুক তুলিলে

যীচুক জীয়াই তোলাৰ কাৰণ হ’ল।

তোমালোকৰ শৰীৰ যে খ্ৰীষ্টৰ অঙ্গ

প্ৰত্যঙ্গ তাক তোমালোকে নাজানা নে? যিদৰে আমাৰ হাত ভৰি আমাৰ নিজৰ শৰীৰৰ অঙ্গ প্ৰত্যঙ্গ, সেইদৰে আমাৰ শৰীৰটোও খ্ৰীষ্টৰ শৰীৰ মণ্ডলীৰ অঙ্গ প্ৰত্যঙ্গ ব্যাখ্যাঃ “তোমালোকৰ শৰীৰবোৰ খ্ৰীষ্টৰ অংশ” (শাব্দিক অৰ্থ চাওক)

তেন্তে মই খ্ৰীষ্টৰ এই অঙ্গ

প্ৰত্যঙ্গবোৰ লৈ বেশ্যাৰ তাত সংযোগ কৰিম নে? ব্যাখ্যাঃ “কোমালোক খ্ৰীষ্টৰ অংশ, মই এইবোৰক বেশ্যাৰ লগত সংযোগ নকৰিম।

এনে নহওক!

ব্যাখ্যাঃ "এইটো আকৌ কেতিয়াও হ’ব নালাগে!”