as_tn/1co/06/09.md

2.6 KiB

তোমালোকে নাজানা নে যে

এই সত্যটো যে তেওঁলোকে জানে তেওঁ এইটো গুৰুত্ব দিছে। ব্যাখ্যাঃ “তোমালোকে ইতিমধ্যে এইটো জানা” (আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)

ঈশ্বৰৰ ৰাজ্য অধিকাৰী

ঈশ্বৰে বিচাৰৰ সময়ত তেওঁলোকক ধাৰ্ম্মিক বুলি গণ্য নকৰিব আৰু তেওঁলোকে অনন্তজীৱনত সোমাব নোৱাৰিব।

পুৰুষ বেশ্যা

এইজন এজন পুৰুষ যিয়ে নিজকে অন্য এজন পুৰুষৰ বাবে যৌনতা আগবঢ়ায়, যি জনে এই যৌনতাৰ বাবে টকা নলয়।

যিবিলাকে সমকামীতাৰ অভ্যাস কৰে

এনে পুৰুষ যিয়ে আন এজন পুৰুষৰ লগত যৌন সম্ভোগ কৰে।

চোৰ

“এনে এজন যিয়ে আনৰ পৰা চুৰ কৰে” বা “ডকাইতি কৰে।”

লোভীয়া

ব্যাখ্যাঃ “এনেবোৰ মানুহ যিয়ে বেচিকৈ লয় সেয়ে আন সকলে যথেষ্ট নাপায়।”

প্ৰবঞ্চক

ব্যাখ্যাঃ “প্ৰবঞ্চক” বা “এনে লোক যিয়ে আনৰ পৰা চুৰ কৰে যাক তেওঁলোকে বিশ্বাস কৰিছিল” (UDB)

তোমালোকক পৰিস্কাৰ কৰা হ’ল

ঈশ্বৰে তোমালোকক পৰিস্কাৰ কৰিলে। (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

তোমালোকক পবিত্ৰ কৰা হ’ল

ঈশ্বৰে তোমালোকক পবিত্ৰ কৰিলে বা তোমালোকক পবিত্ৰীকৃত কৰা হ’ল।(সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

তোমালোকক ঈশ্বৰৰ লগত সঠিক কৰা হ’ল

ঈশ্বৰে তোমালোকক তেওঁৰ লগত সঠিক কৰি পেলালে।(সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)