as_tn/1co/06/07.md

1.0 KiB

পৰাজিত হোৱা

ব্যাখ্যাঃ “বিফলতা” বা “হানি হোৱা”

প্ৰবঞ্চিত হোৱা

ব্যাখ্যাঃ “কৌশলগত” বা “প্ৰলোভিত”

তোমালোকে অন্যায় কিয় নসহা? তোমালোককে নিজকে কিয় প্ৰবঞ্চিত হ’ব নিদিয়া? ব্যাখ্যাঃ “সেইসকলক কাছাৰীলৈ লৈ যোৱাতকৈ কোনোৱে তোমাৰ অন্যায় কৰক আৰু প্ৰবঞ্চনা কৰক।”(আচল অৰ্থবুজোৱা প্ৰশ্ন চাওক)

তোমাৰ নিজ ভাই আৰু ভনী

খ্ৰীষ্টত থকা সকলো বিশ্বাসীয়েই পৰস্পৰে ভাই আৰু ভনী। ব্যাখ্যাঃ “তোমালোকৰ নিজৰ সহ বিশ্বাসীভাইসকল”