as_tn/1co/06/04.md

3.9 KiB

এতেকে এই জীৱনৰ সম্পৰ্কীয় দৈনিক জীৱনত তোমালোকে সঠিক সিদ্ধান্ত লোৱা

ব্যাখ্যাঃ " তোমালোকৰ দৈনিক জীৱনৰ বিষয়ে যদি তোমালোকক সিদ্ধান্ত ল'বলৈ আমন্ত্ৰণ দিয়া হয়" বা "এই জীৱনৰ বিষয়ত গুৰুত্বপুৰ্ণ বিষয়বোৰ নিস্পত্তি কৰিব লগা হয়"(UDB)

এনে মোকদৰ্ম্মাবোৰ তোমালোকে কিয় উত্থাপন কৰা

" তোমালোকে এনে মোকদৰ্ম্মাবোৰ উত্থাপন কৰা উচিত নহয়।" (আচল অৰ্থবুজোৱা প্ৰশ্ন চাওক)

মণ্ডলীত যিসকলৰ কোনোধৰণৰ স্থিৰতা নাই

পৌলে কৰিন্থীয়াসকলক এইবোৰ বিষয়ত হাত দিয়াৰ কাৰণে গালি দিছে। ইয়াৰ সাম্ভাব্য অৰ্থবোৰ হৈছে ১)" তোমালোকে এনে বিষয়বোৰ মণ্ডলীৰ অযোগ্য নেতাসকলক সিদ্ধান্ত ল'বলৈ দিব নালাগে" বা ২) মণ্ডলীৰ বাহিৰৰ লোকসকলক এই মোকদৰ্ম্মাবোৰ দিব নালাগে" বা ৩) অন্যবিশ্বাসীসকলৰ দ্বাৰা ভালদৰে আদৰ নকৰা সদস্যসকলকো এই মোকদৰ্ম্মাবোৰ দিব পাৰা।" (আচল অৰ্থবুজোৱা প্ৰশ্ন চাওক)

তোমালোকৰ লাজৰ কাৰণে

ব্যাখ্যাঃ "তোমালোকৰ অসন্মানৰ কাৰণে" বা "তোমালোকে কেনেৰূপে এই বিষয়ৰ পৰা পৰিলা তাক দেখুৱাবৰ কাৰণে।" (UDB)

ভাই আৰু ভনীসকলৰ মাজত মতবিৰোধ নিস্পত্তি কৰিবলৈ তোমালোকৰ মাজত এজনো জ্ঞানী মানুহ নাই নে?

ব্যাখ্যাঃ "বিশ্বাসীসকলৰ মাজত মতবিৰোধ নিস্পত্তি কৰিবলৈ এজন জ্ঞানী মানুহ বিচাৰি লোৱা। (আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)

মতানৈক্য

"যুক্তি" বা " অসন্মত হোৱা"

কিন্তু এইটো যিহেতু থিৰ হ'ল

ব্যাখ্যাঃ " যিদৰে এতিয়া এইটো থিৰ হৈছে" বা "কিন্তু তাৰ পৰিৱৰ্ত্তে। (UDB)

এজন বিশ্বাসীয়ে আন এজন বিশ্বাসীৰ বিপক্ষে কাছাৰীলৈ যায়, সেই মোকদৰ্ম্মা এজন অবিশ্বাসী বিচাৰকৰ আগত উত্থাপন কৰে। ব্যাখ্যাঃ"যিসকল বিশ্বাসীৰ পৰস্পৰৰ প্ৰতি মতানৈক্য আছে তেওঁলোকে এজন অবিশ্বাসী বিচাৰকৰ আগত তেওঁলোকৰ বাবে সিদ্ধান্ত ল'বলৈ কয়।"

সেই মোকদৰ্ম্মা উত্থাপন কৰা হ'ল

"এজন বিশ্বাসীয়ে সেই মোকদৰ্ম্মা উত্তাপন কৰিছে" (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)