as_tn/1co/05/11.md

1011 B

কোনোৱে যদি আমন্ত্ৰিত বুলি কয়

যিকোনোৱে নিজকে খ্ৰীষ্টৰ এজন বিশ্বাসী বুলি কয়।

মণ্ডলীৰ বাহিৰৰ তেওঁলোকক মই বিচাৰ কৰিবলৈ কেনেকৈ জড়িত হ'ব পাৰোঁ?

ব্যাখ্যাঃ " মণ্ডলীভুক্ত নোহোৱা লোক সকলক মই বিচাৰ নকৰোঁ।" (সাংকেতিভাবে বুজোৱা প্ৰশ্ন চাওক)

মণ্ডলীৰ ভিতৰৰ লোকসকলক বিচাৰ কৰিবলৈ তোমালোকেই নোহোৱা নে?

"যিসকল মণ্ডলীৰ ভিতৰৰ তেওঁলোকক হে তোমোলেোকে বিচাৰ কৰা উচিত।" (সাংকেতিভাবে বুজোৱা প্ৰশ্ন চাওক)