as_tn/1co/05/09.md

1.4 KiB

ব্যভিচাৰী অনৈতিক মানুহ

যিবোৰ মানুহে খ্ৰীষ্টত বিশ্বাস কৰিছোঁ বুলি কয় কিন্তু এই ধৰণে আচৰণ কৰে এইটোৱে তাকেই বুজাইছে।

এই জগতৰ অনৈতিক ব্যভিচাৰী মানুহ

যিবোৰ মানুহে অনৈতিক জীৱন যাপন কৰিবলৈ মনোনীত কৰে যিসকল বিশ্বাসী নহয়।

লুভীয়া

"যিসকল লুভীয়া" বা "যিসকলৰ সকলোবোৰ আছেই আৰু বিচাৰিয়েই থাকে"

অপহাৰকবোৰ

এইটোৰ অৰ্থ হৈছে যিসকলে "টকা পইচাৰ বা সা সম্পত্তিৰ ঠগী লয় বা মিছা কৈ লয়।"

তেওঁলোকৰ পৰা আঁতৰি থাকিব হ'লে তোমালোকে এই জগতৰ পৰা আতৰি যাব হয়

এনে আচৰণৰ পৰা এই জগতখন মুক্ত নহয়। ব্যাখ্যাঃ " সেইসকলৰ পৰা আতৰি থাকিবলৈ হ'লে তোমালোকে এই জগতৰ সকলো মানুহক এৰাই চলিব লাগে।"