as_tn/1co/05/06.md

1.5 KiB

অলপ খমিৰে যে গোটেই লডা পিঠাগুৰি ফুলায় ইয়াক তোমালোকে নাজানা নে কি?

অকনমান খমিৰে গোটেইটো পিঠা ফুলায় পেলোৱাৰ দৰে, অকনমান পাপে সম্পুৰ্ণ সহভাগিতাটোৰ সকলো বিশ্বাসীকে প্ৰভাব পেলায়। (সাংকেতিক ভাবে বুজোৱা শব্দ চাওক)

বলিদান কৰা হ'ল

"প্ৰভু ঈশ্বৰে যীচু খ্ৰীষ্টক বলিদান কৰিলে।"(সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

কিয়নো খ্ৰীষ্ট, আমাৰ নিস্তাৰ পৰ্ব্বৰ মেৰ পোৱালি বলিদান কৰা হ'ল।

যি দৰে ইস্ৰায়েলীয়া বিলাকৰ পাপবোৰ প্ৰতি বছৰে বিশ্বাসেৰে আগুৰি ধৰাৰ দৰে যিসকলে খ্ৰীষ্টত বিশ্বাস কৰে তেওঁলোকলৈ অনন্তকালৰ বাবে খ্ৰীষ্টৰ মৃত্যুৱে তেওঁলোকৰ পাপবোৰ মোচন কৰে। (সাংকেতিক বাবে বুজোৱা সব্দ চাওক)।