as_tn/1co/05/03.md

1.4 KiB

আত্মাৰে উপস্থিত

পৌলে তেওঁৰ ভাবচিন্তাত তেওঁলোকৰ লগত আছে। "মই মোৰ ভাৱনাত তোমালোকৰ লগতেই আছোঁ।"

মই ইতিমধ্যে এই ব্যক্তিজনক বিচাৰ কৰিলোঁ

"মই এই ব্যক্তিজনক দোষী পালোঁ।"

একেলগে গোট খাই

"লগ পাই"

আমাৰ প্ৰভু যীচুৰ নামত

যীচু খ্ৰীষ্টক উপাসনা কৰিবলৈ অহাৰ এক ভাষাৰ প্ৰকাশভঙ্গী। (প্ৰবচন চাওক)

এই মানুহজনক চয়তানৰ হাতত দি দিয়ক

ঈশ্বৰ লোকবিলাকৰ মাজৰ পৰা এই মানুহজনক বাহিৰ কৰা, যাতে তেওঁ চয়তানৰ ৰাজ্যত বাস কৰে, মণ্ডলীৰ বাহিৰৰ জগতখনত।

শৰীৰৰ বিনাশৰ বাবে

সেই মানুহজনে কৰা পাপ কৰ্ম্মৰ বাবে ঈশ্বৰে তেওঁক শাস্তি দিয়াৰ চিনস্বৰূপে তেওঁ শাৰীৰিকভাবে ৰোগীয়া হওক।