as_tn/1co/05/01.md

1.5 KiB

সেইটো পৰজাতিয়বিলাকৰ মাজতো পোৱা নাযায়

"যিটো পৰজাতিবলাকৰ মাজতো অনুমোদিত নহয়।" (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

শয়ন কৰিছে

অবিৰতভাবে যৌন সম্পৰ্ক চলাই আছে।" (চমু জীৱনৰ কাৰ্য্য কলাপ চাওক)

পিতৃৰ ভাৰ্য্যা

তেওঁৰ পিতাকৰ ভাৰ্য্যা, কিন্তু তেওঁৰ নিজৰ মাতৃ নহয়।

তোমালোকে দুখ কৰিব নালাগে নে?

কৰিন্থীয়াসকলক গালি দিবলৈ সাংকেতিকভাবে ব্যৱহাৰ কৰা প্ৰশ্ন। ব্যাখ্যাঃ "এইটোৰ ওপৰত তোমালোকে দুখ কৰিব লাগে!" (সাংকেতিক অৰ্থ বুজোৱা প্ৰশ্ন চাওক)

যি জনে এই কাৰ্য্যটো কৰিলে তাক তোমালোকৰ মাজৰ পৰা বাহিৰ কৰা

"তোমলোকে এনে কাৰ্য্য কৰা জনক তোমালোকৰ মাজৰ পৰা বাহিৰ কৰা।" (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)