as_tn/1co/04/19.md

1.7 KiB

মই তোমালোকৰ তালৈ আহিম

"মই তোমালোকক পৰদৰ্শন কৰিম।"

কথাত নহয়

ব্যাখ্যঃ "কথাৰে নহয়" বা "তুমি কি কৈছা সেইটোত নহয়" (UDB)

তোমলোকে কি বিচাৰা?

কৰিন্থীয়া সকলৰ প্ৰতি পৌলে তেওঁলোকে কৰা ভুল ত্ৰুতিবোৰ দেখুৱাই গালি দি অন্তিম গোহাৰি জনাইছে। ব্যাখ্যাঃ "এতিয়া কেনে হোৱাটো তোমালোকে বিচাৰা মোক কোৱা।" (আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)

মই তোমালোকৰ ওচৰলৈ লাঠি লৈ আহিম নে নাইবা প্ৰেম আৰু মৃদুভাবৰ আত্মাৰে আহিম

পোলে যেতিয়া তেওঁলোকৰ ওচৰলৈ আহিব তেওঁব্যৱহাৰ কৰিব পৰা দুটা বিপৰীত দৃষ্টিভঙ্গী কৰিন্থীয়াসকলক দেখুৱাইছে। ব্যাখ্যাঃ "মই তোমালোকক কঠিনকৈ শিকাবলৈ যোৱাটো বিচাৰা নে নাইবা তোমালোকক মৰমেৰে আৰু মৃদুতাৰে শিকোৱাটো বিচাৰা। (আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)

মৃদুতা

ব্যাখ্যাঃ "দয়াভাব" নাইবা "মৰমভাব"