as_tn/1co/04/12.md

1.3 KiB

আমি যেতিয়া নিন্দিত হওঁ, আমি আশীৰ্ব্বাদ কৰোঁ

যেতিয়া মানুহবিলাকে আমাক নিন্দা কৰে, আমি সেইসকলক আশীৰ্ব্বাদ কৰোঁ (সক্ৰিয়তা নাইবা নিস্ক্ৰিয়তা চাওক)

নিন্দা কৰা

ব্যাখ্যা: " নিন্দনীয়" সম্ভৱতঃ "অকথ্য গালি" বা "শাও দিয়া" (UDB)

আমি যেতিয়া তাড়না পাও

"আমাক যেতিয়া মানুহবিলাকে তাড়না কৰে" (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

আমাক যেতিয়া ইতিকিং কৰা হয়

"যেতিয়া মানুহবিলাকে আমাক অন্যায়কৈ ইতিকিং কৰে।"

আমি এনে হৈছোঁ, আৰু এতিয়ালৈকে সেইদৰে হৈ আছোঁ, জগতৰ মলস্বৰুপ হৈ আছোঁ

"আমি হ'লোঁ, আৰু মানুহে আমাক সেইদৰেই ভাবে, এই জগতৰ মলস্বৰুপ হৈ আছোঁ।"