as_tn/1co/04/10.md

1.6 KiB

খ্ৰীষ্টৰ অৰ্থে আমি মুৰ্খ, কিন্তু খ্ৰীষ্টত তোমালোক বুদ্ধিমন্ত

পৌলে জগতৰ দৃষ্টি ভঙ্গী আৰু খ্ৰীষ্টত বিশ্বাস কৰা খ্ৰীষ্টিয়ানৰ দৃষ্টিভঙ্গীৰ মাজত বৈপৰীত্যৰ তুলনা কৰিছে।(তুলনাত্মকতা চাওক)

আমি দুৰ্ব্বল, কিন্তু তোমালোক বলৱান

পৌলে জগতৰ দৃষ্টি ভঙ্গী আৰু খ্ৰীষ্টত বিশ্বাস কৰা খ্ৰীষ্টিয়ানৰ দৃষ্টিভঙ্গীৰ মাজত বৈপৰীত্যৰ তুলনা কৰিছে।(তুলনাত্মকতা চাওক)

তোমালোক মান্যৱন্ত

" তোমালোক কৰিন্থীয়াসকলক মানুহে মান্যৱন্তৰ ঠাইত ৰাখি থয়।"

আমি অপমানিত

" মানুহে আমি পাঁচনিসকলক অপমানৰ ঠাইত ৰাখে।"

এই বৰ্ত্তমান সময়লৈকে

ব্যাখ্যা: " এতিয়ালৈকে" নাইবা "এই মুহুৰ্ত্তলৈকে।"

বৰকৈ মাৰ

কিল খোৱা ব্যাখ্য: "শাৰীৰিক ভাবে অতিশয় পৰিমাণে মাৰ কিল খোৱা।: