as_tn/1co/04/08.md

1.6 KiB

ইতিমধ্যে

পৌলে তেওঁৰ যুক্তিটো প্ৰকাশ কৰিব তাচ্ছিল্যতা ব্যবহাৰ কৰিছে।

ঈশ্বৰে আমাক পাঁচনিবাব দায়িত্ত্ব দিছে ... ঈশ্বৰে তেওঁক দিয়া তেওঁৰ পাঁচনিবাব এই জগতখনে দেখা পাবলৈ পৌলে দুটা উপায় প্ৰকাশ কৰিছে। (সমান্তৰিকতা চাওক)

দেখুৱাবলৈ পাঁচনিবাবৰ দায়িত্ত্ব দিছে

যিদৰে ৰোমীয়া সৈন্যবাহিনী প্ৰদৰ্শনৰ শেষত বন্দীসকলক তেওঁলোকৰ মৃত্যদণ্ডৰ আগে আগে একেবাৰে লজ্জিত কৰা হয় সেইদৰে ঈশ্বৰে পাঁচনিসকলক দেখুৱাইছে। (সাংকেতিকভাবে বুজোৱা শব্দ চাওক)

মৃত্যু দণ্ডাজ্ঞা পোৱা মানুহৰ দৰে

ঈশ্বৰে পাঁচনিসকলক মৃত্যদণ্ড পোৱা মানুহৰ দৰে দেখুৱাইছে। (সাংকেতিক ভাবে বুজোৱা শব্দ চাওক)

স্বৰ্গদূতবিলাকৰ আৰু মানুহৰ আগতো

অলৌকিকতা আৰু মানুহ দুয়োৰো আগত।