as_tn/1co/04/05.md

954 B

সেই কাৰণে বিচাৰ নকৰিবা

যিহেতু যেতিয়া তেওঁ আহিব ঈশ্বৰে বিচাৰ কৰিব, আমি বিচাৰ কৰিব নালাগে।

প্ৰভুজনা অহাৰ আগতে

এইটোৱে খ্ৰীষ্টৰ দ্বিতীয় আগমণৰ কথা বুজাইছে।

অন্তৰবিলাকৰ

"মানুহবিলাকৰ অন্তৰৰ"

আন্ধাৰৰ গুপুত বিষয়বোৰ পোহৰলৈ আনিব, আৰু অন্তৰৰ পৰিকল্পনাবোৰ প্ৰকাশ কৰিব

ঈশ্বৰে মানুহবিলাকৰ ভাবধাৰা আৰু উদ্দেশ্যবোৰ প্ৰকাশ কৰিব। প্ৰভুজনাৰ আগত একোৱেই গুপ্ত হৈ নাথাকে।