as_tn/1co/04/03.md

1.2 KiB

তোমালোকৰ দ্বাৰা মোক সোধ

বিচাৰ কৰাটো বৰ সৰু কথা হৈছে নে পৌলে মানুহৰ সোধ বিচাৰ আৰু ঈশ্বৰৰ সোধ বিচাৰৰ মাজত তুলনা কৰিছে। মানুহৰ ওপৰত হোৱা ঈশ্বৰৰ সোধ বিচাৰৰ তুলনাত মানুহৰ সোধ বিচাৰ অতি নগণ্য গুৰুত্ব।

মোৰ ওপৰত কৰা যিকোনো দণ্ডৰ বিষয়ে মই একো নাজানো

ব্যাখ্যা:"মোৰ বিপক্ষে কৰা কোনো দোষ মই শুনা নাই।"

মই যে নিৰ্দোষী সেই মই বুজোৱা নাই। প্ৰভুৱেহে মোক বিচাৰ কৰে।

"মোক ধৰা দোষৰ অভাৱত মই যে নিৰ্দোষী সেইটো প্ৰমাণ নকৰে; মই নিৰ্দোষী নাইবা দোষী সেইটো প্ৰভুৱে জানে।"