as_tn/1co/03/21.md

1.0 KiB

কোনেও মানুহবিলাকত গৰ্ব্ব নকৰক!

পৌলে কৰিন্থীয়া বিশ্বাসীসকলক এক আজ্ঞা দিছে। ব্যাখ্যা:" এজন নেতাই আনজনতকৈ কিমান ভাল সেই বিষয়ে গৰ্ব্ব কৰাটো বন্ধ কৰা"

গৰ্ব্ব কৰি থকা

"অতি মাত্ৰা অহঙ্কাৰ কৰা।" কৰিন্থীয়া বিশ্বাসীসকলে য'ত যীচুখ্ৰীষ্টক উপাসনা কৰিব লাগে, তেওঁলোকে পৌলক বা আপল্লোক বা কৈফাকহে প্ৰশংসাৰে উত্তোলিত কৰে।

তোমালোক খ্ৰীষ্টৰ, আৰু খ্ৰীষ্টও ঈশ্বৰৰ

" তোমালোক খ্ৰীষ্টৰ অন্তৰ্ভুক্ত, আৰু খ্ৰীষ্টও ঈশ্বৰৰহে।"