as_tn/1co/03/18.md

1.7 KiB

কোনেও নিজকে নিজে নুভুলাওক

তেওঁ নিজেই যে এই জগতৰ দৃষ্টিত জ্ঞানী এই মিছা কথাটোত কোনেও বিশ্বাস কৰিব নালাগে।

এই যুগত

" এতিয়া"

জ্ঞানী হ'বলৈ তেওঁ "মুৰ্খ" হওক

" ঈশ্বৰৰ সত্যজ্ঞান পাবৰ কাৰণে জগতৰ দৃষ্টিত যিটো মুৰ্খতা সেইটো সেই ব্যক্তিজনে গ্ৰহণ কৰিব লাগে।" (ইতিকিঙৰ শব্দ চাওক)

"তেওঁবিলাকৰ জ্ঞানৰ ধুৰ্ত্ততাত তেওঁ তেওঁবিলাকক ধৰে"

যিসকলে নিজকে বুদ্ধিয়ক বুলি ভাবে সেই মানুহবিলাকক তেওঁ বন্দী কৰে, আৰু তেওঁবিলাকৰ নিজৰ পৰিকল্পনাই নিজকে বান্ধি পেলাই।

"প্ৰভুৱে জ্ঞানীসকলৰ তৰ্ক

বিতৰ্ক জানে" ব্যাখ্যা: "যিসকলে নিজকে নিজে জ্ঞানী বুলি ভাবে প্ৰভুৱে তেওঁলোকৰ পৰিকল্পনা জানে" বা " প্ৰভুৱে জ্ঞানীসকলৰ সকলো পৰিকল্পনা শুনি থাকে" (UDB)

অৰ্থহীন

" ব্যবহাৰ হীন" ব্যাখ্যা: "মুল্যহীন" বা "যুক্তিহীন"