as_tn/1co/03/16.md

1.1 KiB

তোমালোক যে ঈশ্বৰৰ মন্দিৰ আৰু ঈশ্বৰৰ আত্মা তোমালোকত নিবাস কৰে তাক তোমালোকে নাজানা নে কি?

ব্যাখ্যা: " তোমালোক ঈশ্বৰৰ মন্দিৰ আৰু ঈশ্বৰৰ আত্মা তোমালোকত নিবাস কৰে।" (আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)

ধ্বংস হোৱা

"একেবাৰে নাশ হোৱা" বা "অনিষ্ট হোৱা"

ঈশ্বৰে সেই ব্যক্তিজনক ধ্বংস কৰিব। কাৰণ ঈশ্বৰৰ মন্দিৰ পবিত্ৰ, আৰু তোমালোকো তেনে।

ব্যাখ্যা: " ঈশ্বৰে সেই ব্যক্তিজনক ধ্বংস কৰিব কাৰণ ঈশ্বৰৰ মন্দিৰ পবিত্ৰ আৰু তোমালোকো পবিত্ৰ।" (শব্দৰ নিহিত মিল চাওক)