as_tn/1co/03/14.md

1.3 KiB

থাকে

" থাকি যায়" বা "বৰ্ত্তি থাকে" (UDB)

যদি কোনোজনৰ কৰ্ম্ম পোৰা যায়

ব্যাখ্যা: "যদি জুইয়ে কোনোজনৰ কৰ্ম্ম ধ্বংস কৰে" বা "জুইয়ে কোনোজনৰ কৰ্ম্ম একেবাৰে ধ্বংস কৰে" (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

"যিকোনোৰ", "তেওঁ", "তেওঁ নিজে"

এই শব্দবোৰ "সেই ব্যক্তিজনক" বুজাইছে। ব্যাখ্যা: সেই "ব্যক্তিজন" বা "তেওঁ" (UDB)

তেওঁৰ হানি হ'ব, কিন্তু তেওঁ নিজে ৰক্ষা পোৱাৰ দৰে ৰক্ষা পাব

"যদি জুইৰ পৰা বাচি বৰ্ত্তি থাকে তেওঁ তেওঁৰ কৰ্ম্ম আৰু পাবলগীয়া যিকোনো পুৰস্কাৰ হেৰুৱাব, কিন্তু ঈশ্বৰে তেওঁক ৰক্ষা কৰিব" (সক্ৰিয়তা বা নিস্ক্ৰয়তা চাওক)