as_tn/1co/03/12.md

2.4 KiB

এতিয়া যদি কোনোৱে সেই ভেটি সোণ, ৰূপ, অমুল্য পাথৰ, কাঠ, খেৰ বা নৰা আদিৰে ঘৰ সাজে

এটা নতুন ঘৰ সজাৰ সামগ্ৰীবোৰ এজন ব্যক্তিৰ তেওঁৰ জীৱনকালত কৰা আচৰণ আৰু কাম কাজৰ ওপৰত আত্মিক মুল্যবোধেৰে তুলনা কৰা হৈছে। ব্যাখ্যা: "এজন ব্যক্তিয়ে মুল্যৱান, দীৰ্ঘদিনীয়া সামগ্ৰীৰ সৈতে বা সস্তীয়া, জ্বলনশীল সামগ্ৰীয়ে সৈতে সাজিছে।(সাংকেতিকভাবে বুজোৱা শব্দ চাওক)

অমুল্য পাথৰ

"বহুমুলীয়া পাথৰ।" তেওঁৰ কাৰ্য্য প্ৰকাশ কৰা হ'ব, কিয়নো সেই দিনে তাক প্ৰকাশ কৰিব যিদৰে কৰ্ম্মচাৰীৰ নিৰ্ম্মাণ কাম দিনত প্ৰকাশিত হয়, সেইদৰে কোনো এজন ব্যক্তিৰ কামৰ চেষ্টা আৰু গুণগত মান ঈশ্বৰৰ উপস্থিতিত প্ৰকাশিত হব। ব্যাখ্যা: " তেওঁৰ কৰ্ম্ম সেইদিনে প্ৰকাশ কৰিব। (সাংকেতিকভাবে বুজোৱা শব্দ চাওক)

কিয়নো ইয়াক জুইৰে প্ৰকাশিত কৰা হ'ব; প্ৰতিজনে কি কি কৰিলে তাৰ গুণগত মান জুইৰে পৰীক্ষা কৰিব

যিদৰে জুইয়ে অট্টালিকাৰ এটাৰ সদগুণবোৰ প্ৰকাশ কৰে বা দুৰ্ব্বলতাবোৰ প্ৰকাশ কৰে, ঈশ্বৰৰ জুইয়ে মানুহৰ চেষ্টা আৰু কাম কাজবোৰ বিচাৰ কৰে। বাখ্যা: " জুইয়ে তেওঁৰ কাৰ্য্যৰ গুণগতমান বোৰ দেখুৱাব।" (সাংকেতিকভাবে বুজোৱা শব্দ চাওক)