as_tn/1co/03/08.md

1.9 KiB

যিজনে ৰুলে আৰু যিজনে পানী দিলে দুয়ো একে

ৰোৱা কাৰ্য্য আৰু পানী দিয়া কাৰ্য্য একে বুলি বিবেচনা কৰা হয় যিটো পৌলে নিজকে আৰু আপল্লো কৰিন্থীয়া মণ্ডলীত পৰিচৰ্য্যা কৰিছিল।

তেওঁৰ নিজৰ পাৰিশ্ৰমিক

এজন কৰ্ম্মচাৰীয়ে তেওঁৰ কাম কেনেকৈ আৰু কিমান ভালকৈ কৰে তাৰ ভিত্তিত এক নিৰ্দিষ্ট পৰিমাণৰ ধন দিয়া হয়।

আমি

পৌল আৰু আপল্লো কৰিন্থীয়া মণ্ডলী নহয় (বাদ পেলাই যোৱাটো চাওক)

ঈশ্বৰৰ সহকৰ্ম্মী

পৌলে নিজকে আৰু আপল্লো ঈশ্বৰৰ সহকৰ্ম্মী বুলি বিবেচনা কৰিছ, একেলগে কাৰ্য্য কৰিছে।

ঈশ্বৰৰ বাগিছা

মানুহবিলাকে নিজৰ বাগিছা ফলৱান কৰিবলৈ যিদৰে চোৱাচিতা কৰে সেইদৰে ঈশ্বৰেও কৰিন্থীয়া বিশ্বাসীসকলক চোৱাচিতা কৰে। (সাংকেতিকভাবে বুজোৱা শব্দ চাওক)

ঈশ্বৰৰ গৃহ

মানুহে গৃহ নিৰ্ম্মান কৰাৰ দৰে কৰিন্থীয়া বিশ্বাসীসকলক ঈশ্বৰে নক্সা দিছে আৰু সৃষ্টি কৰিছে। (সাংকেতিকভাবে বুজোৱা শব্দ চাওক)