as_tn/1co/03/06.md

1.4 KiB

ৰুলো

ঈশ্বৰৰ জ্ঞান গুটিৰ লগত তুলনা কৰা হয়, যিটো বৃদ্ধি পাবৰ কাৰণে ৰূব লাগে।(সাংকেতিকভাবে বুজোৱা শব্দ চাওক)

পানী দিলে

যিদৰে গুটি পানী লাগে, সেইদৰে বিশ্বাসকো বৃদ্ধি পাবৰ কাৰণে আৰু শিক্ষাৰ প্ৰয়োজন।(সাংকেতিকভাবে বুজোৱা শব্দ চাওক)

বৃদ্ধি হোৱা

যেনেকৈ গছৰ বৃদ্ধি আৰু বিকাশ হয়, বিশ্বাস আৰু ঈশ্বৰৰ জ্ঞানো তেনেকুৱাই বৃদ্ধি পায় আৰু গভীৰ আৰু মজবুট হয়। (সাংকেতিকভাবে বুজোৱা শব্দ চাওক)

যিজনে ৰুলে... তেওঁ একো নহয়, কিন্তু ঈশ্বৰ জনাইহে বঢ়ায়

পৌলে জোৰ দি কৈছে যে তেওঁ বা আপল্লো বিশ্বাসী সকলৰ আত্মিক বৃদ্ধিৰ বাবে দায়িত্বশীল নহয় কিন্তু ঈশ্বৰহে।