as_tn/1co/03/03.md

2.8 KiB

এতিয়াও মাংসিক হৈ আছা

পাপময় বা পাৰ্থিব অভিলাষবিলাকৰ দৰে আচৰণ কৰি আছা।

এতিয়াও মাংসিকভাবেই জীয়াই আছানে

পৌলে কৰিন্থীয়াসকলক তেওঁলোকৰ পাপময় আচৰণৰ বাবে অনুযোগ কৰি আছে। ব্যাখ্যা: " তোমালোকে তোমালোকৰ পাপময় অভিলাষৰ দৰে আচৰণ কৰি আছা।" (আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)

তোমালোকে মানুহৰ দৰেই আচৰণ কৰা নে?

পৌলে কৰিন্থীয়াসকলক মানুহৰ দৰেই আচৰণ কৰাৰ বাবে গালি দিছে। ব্যাখ্যা: " তোমালোকে মানুহৰ দৰেই আচৰণ কৰিছা।" (আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)

তোমালোকে মানুহবিলাকৰ দৰেই আচৰণ নকৰানে? আত্মা নথকা মানুহবিলাকৰ দৰেই আচৰণ কৰা বাবে তেওঁলোকক গালি দিছে। (আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)

তেন্তে আপল্লোনো কোন? আৰু পৌলনো কোন?

পৌলে এইটো গুৰুত্ব দিছে যে পৌল বা আপল্লো শুভবাৰ্ত্তাৰ আচল উৎপত্তিৰ স্থল নহয় আৰু সেইবাবে দলভেদৰ কোনো গুৰুত্ব নাই। ব্যাখ্যা:" আপল্লো বা পৌলক অনুগমণ কৰিবলৈ দল গঠন কৰাটো ভুল!"(আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)

যিসকল সেৱকৰ যোগেদি তোমালোকে বিশ্বাস কৰিছিলা

পৌলে তেওঁৰ নিজৰ প্ৰশ্নটোৰ উত্তৰ দিছে যে তেওঁ আৰু আপল্লো হৈছে ঈশ্বৰৰ সেৱক। ব্যাখ্যা: “তোমালোকে পৌল আৰু আপল্লোৰ শিক্ষাৰ যোগেদি শুভবাৰ্ত্তা বিশ্বাস কৰিছিলা” “প্ৰতিজনকে কৰিবলগীয়া কাম দিছে প্ৰভুৱে পৌল আৰু আপল্লোক কৰিবলগীয়া কাম দিছে