as_tn/1co/02/14.md

1.2 KiB

স্বাভাৱিক মানুহ

সেই অখ্ৰীষ্টিয় ব্যক্তি, যি জনে পবিত্ৰ আত্মা গ্ৰহণ কৰা নাই।

কাৰণ সেইবোৰ আধ্যাত্মিক ভাবে বুজিব লাগে

"কাৰণ এইবোৰ বিষয় বুজিবলৈ আত্মাৰ সহায়ৰ প্ৰয়োজন।

যি জন আত্মিক

ব্যাখ্যা: " বিশ্বাসী জন, যি জনে সেই আত্মা গ্ৰহণ কৰিলে।

প্ৰভুক নিৰ্দেশ দিবলৈ তেওঁৰ মন কোনে জানিলে?

পৌলে গুৰুত্ব দিবলৈ এই প্ৰশ্নটো ব্যবহাৰ কৰিছে যে কোনেও নাজানে। ব্যাখ্যা: " প্ৰভুৰ মন কোনেও জানিব নোৱাৰে। সেইদৰে কোনেও তেওঁক একো শিকাব নোৱাৰে তেওঁ ইতিমধ্যে জানেই।" (আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)