as_tn/1co/02/12.md

1.0 KiB

কিন্তু আমি

ইয়াত "আমি" শব্দটোৱে পৌল আৰু তেওঁৰ দৰ্শকসকলক ভুক্ত কৰিছে (অন্তৰ্ভুক্ততা চাওক)

ঈশ্বৰৰ দ্বাৰা আমালৈ বিনামুলীয়াকৈ দিয়া হ'ল

" যে ঈশ্বৰে আমাক বিনামুলীয়াকৈ দিলে" বা " যে ঈশ্বৰৰ পৰা আমালৈ বিনামুলীয়াকৈ দিয়া হ'ল।" (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

আত্মাই আত্মিক জ্ঞানবোৰ আত্মিকতাৰ অৰ্থ ভাঙনি কৰে

পবিত্ৰ আত্মাই নিজৰ বাক্যেৰে ঈশ্বৰৰ সত্যতাক বিশ্বাসীসকললৈ সংযোগ কৰে আৰু তেওঁলোকক তেওঁৰ নিজৰ জ্ঞান দিয়ে।