as_tn/1co/02/10.md

1.2 KiB

এইবোৰ বিষয়

যীচুৰ বিষয়ে আৰু ক্ৰুচৰ বিষয়ে সত্যতাবোৰ।

তেওঁত থকা সেই আত্মাৰ বাহিৰে এজন ব্যক্তিৰ মনৰ ভাব

ধাৰা আন কোনে জানিব পাৰে? পৌলে এই প্ৰশ্নটো ব্যবহাৰ কৰি এই গুৰুত্ব দিছে যে এজন মানুহৰ যি ভাব চিন্তা আছে সেই ব্যক্তিজনৰ নিজৰ বাহিৰে কোনেও জানিব নোৱাৰে। ব্যাখ্যা: "সেই ব্যক্তিজনৰ আত্মাৰ বাহিৰে আন কোনোৱে জানিব নোৱাৰে।" (আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)

সেই ব্যক্তিজনৰ আত্মা

লক্ষ্য কৰক এই "আত্মা" ঈশ্বৰৰ আত্মাৰ পৰা স্পষ্ট পৃথক, মানুহজনত থকা অশুচি আত্মা নাইবা দুষ্ট আত্মাক বুজাইছে।