as_tn/1co/02/08.md

1.2 KiB

প্ৰতাপৰ প্ৰভু

জনা যীচু সেই মহিমান্বিত প্ৰভুজনা"

চকুৱে যি যি নেদেখিলা, কাণেৰে যি যি নুশুনিলে, কোনোৱে কল্পনাও কৰা নাছিল

এজন ব্যক্তিৰ সকলো অংশ বুজোৱা একেই তিনি প্ৰকাৰৰ নিৰ্দেশনা, এইটোৰ গুৰুত্বতাটো হৈছে ঈশ্বৰে প্ৰস্তুত কৰা বিষয়বোৰ কোনো মানুহৰ সজাগতাত নাছিল। (প্ৰতিস্থাপন চাওক)

যিসকলে ঈশ্বৰক প্ৰেম কৰে তেওঁলোকৰ বাবে যি বিষয়বোৰ তেওঁ প্ৰস্তুত কৰি ৰাখিছিল

যিসকলে তেওঁক প্ৰেম কৰে তেওঁলোকৰ বাবে ঈশ্বৰে আশ্চৰ্য্যজনক আচৰিতবোৰ স্বৰ্গত সৃষ্টি কৰিছিল।