as_tn/1co/02/03.md

784 B

মই তোমালোকৰ লগত থাকোঁতে

"মই তোমালোকক পৰিদৰ্শন কৰোঁতে।"

দুৰ্ব্বলতাত

সাম্ভাব্য অৰ্থবোৰ হৈছে: ১) "শাৰীৰিক ভাবে দুৰ্ব্বল" (UDB চাওক) নাইবা ২) "সঠিকভাবে অনুভৱ নকৰা।"

প্ৰত্যয়ণশীল

মান্তি কৰাব পৰা নাইবা মানুহক কৰোৱাব পৰা সামৰ্থ বা কিবা এটা বিশ্বাস কৰাব পৰা।

সেইবোৰ

পৌলৰ বাৰ্ত্তা আৰু শুভবাৰ্ত্তাৰ ঘোষণা।