as_tn/1co/02/01.md

700 B

বাক্যৰ বাগ্মিতা

এক প্ৰত্যয়ণশীল আৰু কথা কোৱাৰ এক কলাৰে

একো নাজানিম

মানুহৰ ধ্যান ধাৰণাৰ বিপৰীতে পৌলে খ্ৰীষ্টৰ ক্ৰুচবিদ্ধ হোৱাৰ ওপৰতেহে মুল লক্ষ্য কৰিছিল। তেওঁ খ্ৰীষ্টৰ বাহিৰে একো নাজানিম বুলি উল্লেখ কৰাৰ দ্বাৰা খ্ৰীষ্টৰ ওপৰত সম্পুৰ্ণৰূপে জোৰ দি লক্ষ্য কৰিছে।