as_tn/1co/01/30.md

1.4 KiB

কাৰণ ঈশ্বৰে যি কৰিলে

খ্ৰীষ্টই ক্ৰুচত যি কৰিলে ই সেইটোকে বুজাইছে।

আমাক... আমাৰ

পৌলে কৰিন্থীয়া সকলক ভুক্ত কৰি "আমাক" বুলি কৈছে। (অন্তৰ্ভুক্ততা চাওক)

এতিয়া তোমালোকে খ্ৰীষ্ট যীচুত আছা

"এতিয়া তোমালোকে খ্ৰীষ্ট যীচুৰ যোগেদি পৰিত্ৰাণ গ্ৰহণ কৰিলা"

খ্ৰীষ্ট যীচু, যি জনে আমাৰ বাবে ঈশ্বৰৰ পৰা জ্ঞান স্বৰূপ হ'ল

ব্যাখ্যা: "খ্ৰীষ্ট যীচু, যিজনাই ঈশ্বৰ কিমান যে জ্ঞানী সেইটো প্ৰকাশ কৰিলে।" (UDB; নামৰ প্ৰতিস্থাপন চাওক)

"কোনোৱে যদি গৰ্ব্ব কৰে, তেওঁ প্ৰভুতেই গৰ্ব্ব কৰক"

ব্যাখ্যা:" যদি কোনোৱে গৰ্ব্ব কৰে, প্ৰভু যে কিমান মহান তেওঁ তাৰ বিষয়ে গৰ্ব্ব কৰক।"