as_tn/1co/01/26.md

1.6 KiB

ঈশ্বৰে তোমালোকক আমন্ত্ৰণ কৰিছে

"ঈশ্বৰে তোমালোকক সাধু সন্ত হ'বলৈ আমন্ত্ৰণ কৰিলে।"

তোমালোক বহুতকে নহয়

" তোমালোকৰ কেইজনমানক।"

মানবীয় মানদণ্ড

" উত্তম কি সেইটোৰ মানুহবিলাকৰ বোধ বিচাৰ" নাইবা "মানুহবিলাকৰ ধ্যান ধাৰণা"

ভদ্ৰ লোক

" বিশেষপুৰ্ণ কাৰণ তোমালোকৰ পৰিয়াল গুৰুত্বপুৰ্ণ" নাইবা "ৰাজকীয়"

জ্ঞানৱন্তবিলাকক লাজ দিবলৈ ঈশ্বৰে এই জগতৰ মুৰ্খতাৰ পাত্ৰবিলাকক বাছনি কৰিলে

ঈশ্বৰে নম্ৰ মানুহবিলাকক ব্যবহাৰ কৰিবলৈ বাছনি কৰি নিশ্চিত কৰিলে যাতে এই নেতাসকল যিহুদী নেতাসকলৰ দৰে গুৰুত্বপুৰ্ণ নোহোৱা নহয়।

বলৱন্তবিলাকক লাজ দিবলৈ এই জগত খনত যি অতি দুৰ্ব্বল তাকে মনোনীত কৰিলে

আন শব্দত আগৰ বাক্যটোৰ ধাৰণাতোকে পুনৰাবৃত্তি কৰিছে। (সমান্তৰালতা চাওক)