as_tn/1co/01/24.md

1.3 KiB

যিসকলক ঈশ্বৰে নিমন্ত্ৰণ কৰিলে

"সেইসকলক ঈশ্বৰে নিমন্ত্ৰণ কৰে।"

আমি খ্ৰীষ্টকহে ঘোষণা কৰোঁ

ব্যাখ্যা:" আমি খ্ৰীষ্টৰ বিষয়ে শিকাওঁ" বা "আমি সকলো মানুহকে খ্ৰীষ্টৰ বিষয়ে কওঁ।"

খ্ৰীষ্ট হৈছে ঈশ্বৰৰ পৰাক্ৰম আৰু ঈশ্বৰৰ জ্ঞান

খ্ৰীষ্টই হৈছে সেইজনা যাৰ যোগেদি ঈশ্বৰে তেওঁৰ পৰাক্ৰম আৰু জ্ঞান প্ৰকাশ কৰে।

ঈশ্বৰৰ মুৰ্খতা..... ঈশ্বৰৰ দুৰ্ব্বলতা

এইটো ঈশ্বৰৰ স্বভাৱ আৰু মানুহৰ স্বভাৱ বৈপৰীত্য। যদিও ঈশ্বৰৰ কোনো মুৰ্খতা বা দুৰ্ব্বলতা আছে, তেওঁৰ দুৰ্ব্বলতাটো মানুহৰ সৰ্বোত্তম স্বভাবতকৈ বহু বেছি উৰ্দ্ধত।