as_tn/1co/01/22.md

1.1 KiB

আমি ঘোষণা কৰোঁ

ইয়াতে আমি শব্দটোৱে পৌল আৰু আন প্ৰচাৰকসকলক বুজাইছে। (অন্তৰ্ভুক্ততা চাওক)

ক্ৰুচবিদ্ধ হোৱা খ্ৰীষ্ট

"খ্ৰীষ্টৰ বিষয়ে যি জনে ক্ৰুচত মৰিছিল।" (UDB; সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

এক উজুটি খোৱা মুঢ়া

যেনেকৈ এজন মানুহে ৰাস্তাত কোনো এক মুঢ়াত উজুটি খায়, সেইদৰে যিহুদীবিলাকলৈ খ্ৰীষ্ট ক্ৰুচবিদ্ধ হোৱাৰ পৰিত্ৰাণৰ বাৰ্ত্তাটো তেনেকুৱা। ব্যাখ্যা:"গ্ৰহণযোগ্য নহয় বা বৰ বিৰোধীতাপুৰ্ণ।" (সাংকেতিক শব্দ চাওক)