as_tn/1co/01/20.md

2.1 KiB

জ্ঞানী ক'ত? অধ্যাপক পণ্ডিত ক'ত? এই যুগৰ বাদ

বিবাদকাৰী ক'ত? পৌলে এইটো গুৰুত্ব দিছে যে আচলতে জ্ঞানী মানুহ ক'তোৱেই পাবলৈ নাই। ব্যাখ্যা:" শুভবাৰ্ত্তাৰ জ্ঞানৰ লগত তুলনা কৰিলে, কোনো জ্ঞানী মানুহ, বা অধ্যাপক, নাইবা বাদ বিবাদকাৰী ক'তোৱেই নাই!" (আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)

অধ্যাপক

এজন ব্যক্তি যিয়ে খুউব বাহুল্যকৈ অধ্যয়ণ কৰা বুলি পৰিচিত।

বাদ

বিবাদকাৰী এনে এজন ব্যক্তি তেওঁ যি জানে তাৰ বিষয়ে যুক্তি দিয়ে নাইবা এনে যুক্তিতৰ্কত খুউব পাকৈত।

ঈশ্বৰে এই জগতৰ জ্ঞানক মুৰ্খতা কৰা নাইনে? ঈশ্বৰে এই জগতৰ জ্ঞানক কি কৰিলে পৌলে সেইটোৰ ওপৰত গুৰুত্ব দিছে। ব্যাখ্যা:" ঈশ্বৰে এই জগতৰ জ্ঞানক মুৰ্খতালৈ ৰূপান্তৰ কৰি পেলালে"নাইবা "তেওঁলোকে মুৰ্খ বুলিভাবা বাৰ্ত্তা এটাকে ঈশ্বৰে ব্যবহাৰ কৰিবলৈ সন্তোষ্ট হ'ল"(UDB) (আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)

বিশ্বাস কৰাসকললৈ

সাম্ভাব্য অৰ্থ ১) " যি সকলে এইটো বিশ্বাস কৰিছে" (UDB) নাইবা ২) "যি সকলে তেওঁক বিশ্বাস কৰিছে।"