as_tn/1co/01/18.md

1.2 KiB

ক্ৰুচৰ বাৰ্ত্তাৰ বিষয়ে

" ক্ৰুচবিদ্ধ হোৱাৰ বিষয়ে বাৰ্ত্তা প্ৰচাৰ কৰা " নাইবা খ্ৰীষ্টৰ ক্ৰুচত মৰা বাৰ্ত্তাৰ বিষয়ে"(UDB)

মুৰ্খতা

"এইটো জ্ঞানহীন" নাইবা "এইটো অজ্ঞানতা।"

যিসকল বিনাশৰ পাত্ৰ

ইয়াত "বিনাশৰ হৈ আছে" কথাটোৱে আত্মিকভাবে মৰি থকা প্ৰক্ৰিয়াটোক নিৰ্দেশ কৰিছে।

এইটো ঈশ্বৰৰ পৰাক্ৰম

"এইটো হৈছে ঈশ্বৰে আমাত পৰাক্ৰমেৰে কাৰ্য্য কৰে"

বুদ্ধিয়কৰ বোধগম্যতা নিৰাশ কৰিম

ব্যাখ্যা:" বুদ্ধিয়ক মানুহক খেলিমেলি কৰা" নাইব বুদ্ধিয়ক মানুহবিলাকৰ পৰিকল্পনা সম্পুৰ্ণৰুপে বিফল কৰা।"