as_tn/1co/01/17.md

874 B

খ্ৰীষ্টই মোক বাপ্তাইজ কৰিবলৈ পঠোৱা নাই

ইয়াৰ অৰ্থটো হৈছো পৌলৰ পৰিচৰ্য্যাৰ প্ৰাথমিক লক্ষ্য বাপ্তিস্ম নহয়।

মানুহৰ বিদ্যাযুক্ত কথা

" মানুহৰ নিজে শিকা জ্ঞান বিদ্যাযুক্ত কথাৰেই নহয়।"

খ্ৰীষ্টৰ ক্ৰুচৰ পৰাক্ৰম যেন ব্যৰ্থ নহয়

ব্যাখ্যা:" মানুহৰ জ্ঞানে খ্ৰীষ্টৰ ক্ৰুচৰ পৰাক্ৰম ব্যৰ্থ কৰাটো উচিত নহয়।" (সক্ৰিয়তা নাইবা নিস্ক্ৰিয়তা চাওক)