as_tn/1co/01/14.md

1.2 KiB

মই ঈশ্বৰক ধন্যবাদ কৰোঁ

পৌলে কৃতজ্ঞতাৰে অতিৰঞ্জিত হৈছে যে তেওঁ কৰিন্থত বেছি মানুহক বাপ্তাইজিত নকৰিলে। (অতিৰঞ্জণ চাওক)

ক্ৰীস্প

তেওঁ ধৰ্ম্মধামৰ শাসনকৰ্ত্তা আছিল যিয়ে পাছত খ্ৰী্ষ্টিয়ান হৈছিল।

গায়'

তেওঁ পাঁচনি পৌলৰ লগত যাত্ৰা কৰিছিল।

এইটো এনে হ'ল কোনেও যাতে ক'ব নোৱাৰে যে তোমালোকে মোৰ নামেৰে বাপ্তাইজিত হৈছে

" মই বেছি মানুহক বাপ্তাইজিত কৰাৰ পৰা আতৰি থাকিলোঁ, মই ভয় কৰিলোঁ কাৰণ তেওঁলোকে পাছত মই বাপ্তিস্ম দিছোঁ বুলি ক'ব পাৰে।" (শব্দৰ প্ৰভাব চাওক; সক্ৰিয়তা বা নিস্ক্ৰয়তা চাওক।