as_tn/1co/01/12.md

1.9 KiB

তোমালোক প্ৰতিজনে কোৱা

পৌলে এক সাধাৰণ দৃষ্টিভঙ্গীৰে বিভেদ প্ৰকাশ কৰিছে।

খ্ৰীষ্টক ভাগ ভাগ কৰা হ'ল নে?

পৌলে সত্যতাক গুৰুত্ব দিবলৈ ইচ্ছা কৰিছা যে, খ্ৰীষ্ট বিভক্ত নহয় কিন্তু এক। " তোমালোকে যেনেদৰে কৰি আছা সেইদৰে খ্ৰীষ্টক বাগ ভাগ কৰা অসম্ভৱ।" (আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক; সক্ৰিয় বা নিস্ক্ৰিয়)

পৌলক তোমালোকৰ বাবে ক্ৰুচত দিয়া হ'ল নে?

পৌলে এইটো গুৰুত্ব দিবলৈ ইচ্ছা কৰিছে যে পৌল বা আপল্লোক নহয় কিন্তু খ্ৰীষ্টকহে ক্ৰুচত দিয়া হ'ল। " তোমালোকৰ পৰিত্ৰাণৰ বাবে তেওঁলোকে পৌলক ক্ৰুচত দিয়া নাছিল।" (আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক; সক্ৰিয় বা নিস্ক্ৰিয়)

পৌলৰ নামত তোমালোকে বাপ্তাইজিত হ'লা নে?

পৌলে গুৰুত্ব দিবলৈ ইচ্ছা কৰিছে যে আমি সকলোৱে খ্ৰীষ্টৰ নামত বাপ্তাইজিত হ'লো। মানুহবিলাকক পৌলৰ নামত বাপ্তাইজিত কৰা নাছিল।" (আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক; সক্ৰিয় বা নিস্ক্ৰিয়)