as_tn/1co/01/10.md

1.2 KiB

একে সহমত হোৱা

"যাতে তোমালোকে পৰস্পৰে মিলাপ্ৰীতিৰে বাস কৰা"

যাতে তোমালোকৰ মাজত কোনো বিভেদ নহয়

যাতে নিজৰ তোমালোকৰ মাজত পৃথক পৃথক দলসমুহ হ'ব নালাগে।

একেলগে এক মনেৰে এক উদ্দেশ্যেৰে একেলগ হৈ থাকা

" ঐক্যতাৰে নিবাস কৰা"

ক্লোয়ীহঁতৰ মানুহবোৰ

পৰিয়ালৰ সদস্যসকল, পৰিচাৰক বিলাক আৰু আনবিলাক যিবিলাক পৰিয়ালৰ অংশীদাৰ, য'ত ক্সোয়ী এগৰাকী মহিলা ঘৰৰ মুৰব্বী হয়।

তোমালোকৰ মাজত বাদ

বিবাদ আছে "তোমালোকে একো একোটা দলত আছা যিটোৱে তোমালোকৰ পৰস্পৰৰ মাজত কাঁজিয়া কৰি থাকা"