as_tn/1co/01/07.md

1.3 KiB

সেই কাৰণে

"ফলস্বৰূপে"

কোনো আত্মিক বৰৰ অভাৱ নহওক

" প্ৰতিটো আত্মিক বৰেই যেন পোৱা"( শব্দৰ প্ৰভাব চাওক)

আমাৰ প্ৰভু যীচু খ্ৰীষ্ট প্ৰকাশ হোৱা

সাম্ভাব্য অৰ্থবোৰ হৈছে ১) "এনে সময় যেতিয়া ঈশ্বৰে প্ৰভু খ্ৰীষ্টক প্ৰকাশ কৰিব" নাইবা ২) এনে সময়া যেতিয়া আমাৰ প্ৰভু যীচু খ্ৰীষ্টই নিজে নিজকে প্ৰকাশ কৰিব"

তোমালোক নিৰ্দোষী হ'বা

ঈশ্বৰে তোমালোকক দোষী কৰিবলৈ কোনো কাৰণ নাথাকিব।

তেওঁ তোমালোকক তেওঁৰ পুত্ৰৰ সহভাগিতালৈ নিমন্ত্ৰণ কৰিলে

ঈশ্বৰে তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টত নতুন জীৱনৰ অংশীদাৰ হ'বলৈ তোমালোকক নিমন্ত্ৰণ কৰিলে।