as_tn/1co/01/04.md

1.8 KiB

মই ধন্যবাদ জনাইছো

ব্যাখ্যা: "মই, পৌলে, ধন্যবাদ প্ৰকাশ কৰিছো"

ঈশ্বৰৰ অনুগ্ৰহ যিটো খ্ৰীষ্ট যীচুৱে তোমালোকক দিয়া অনুগ্ৰহ

"যি সকল লোক খ্ৰীষ্টত আছে, তোমালোকক ঈশ্বৰে দিয়া সেই অনুগ্ৰহ"

তেওঁ তোমালোকক চহকী কৰিলে

সাম্ভাব্য অৰ্থ হৈছে ১) "খ্ৰীষ্টই তোমালোকক চহকী কৰিলে" নাইবা ২) " ঈশ্বৰে তোমালোকক চহকী কৰিলে"

সকলো ফালে তোমালোক চহকী হ'লা

" এনে বহুতো আত্মিক আশীৰ্ব্বাদেৰে তোমালোক চহকী হ'লা"

বক্তৃতাত

ঈশ্বৰে তেওঁৰ বাৰ্ত্তাটো ক'বলৈ বহুতো উপায়েৰে তোমালোকক সামৰ্থৱান কৰিলে।

সকলো জ্ঞানত

ঈশ্বৰে তেওঁৰ বাৰ্ত্তাটো বুজি পাবলৈ বহুতো উপায়েৰে তোমালোকক সামৰ্থৱান কৰিলে।

খ্ৰীষ্টৰ বিষয়ে সাক্ষ্য

"খ্ৰীষ্টৰ বিষয়ৰ বাৰ্ত্তা"

তোমালোকৰ মাজত এইটো নিশ্চিত হৈছে

ব্যাখ্যা: "তোমালোকৰ জীৱনবোৰ স্পষ্টকৈ সলনি হ'ল"