as_tn/1co/01/01.md

1.4 KiB

চোস্থিনী আমাৰ ভাই

এইটোৱে দেখুৱাই যে দুয়ো পৌল আৰু কৰিন্থীয়সকলে চোস্থিনীক জানিছিল। ব্যাখ্যা: "তোমালোকে আৰু মই জনা চোস্থিনী আমাৰ ভাই" (অনুবাদিত নামবোৰ চাওক)

নিমন্ত্ৰিত পবিত্ৰ লোক

ব্যাখ্যা: "ঈশ্বৰে তেওঁলোকক পবিত্ৰ লোকসমুহ হ'বলৈ নিমন্ত্ৰণ কৰিলে (সক্ৰিয়তা বা নিস্ক্ৰয়তা চাওক)

সকলোৰে সৈতে

আন খ্ৰীষ্টিয়ানসকলৰ সৈতে একেলগে ব্যাখ্যা: "সৈতে একেলগে"

তেওঁলোকৰো আৰু আমাৰো প্ৰভু

যীচুৱেই পৌলৰো আৰু কৰন্থীয়া সকলৰো প্ৰভু আৰু সকলো মণ্ডলীৰে একেজনা প্ৰভু (অন্তৰ্ভুক্ততা চাওক)

তোমালোকলৈ

ইয়াতে "তোমালোক" শব্দটোৱে কৰিন্থীয়া সকলক বুজাইছে (তুমি তোমালোক ৰূপবোৰ চাওক)