as_tn/1ti/06/11.md

2.0 KiB
Raw Blame History

ঈশ্বৰৰ মানুহ

“ঈশ্বৰৰ সেৱক” বা “যিজন ব্যক্তিৰ গৰাকী ঈশ্বৰ”

এইবোৰৰ পৰা পলোৱা

“এইবোৰক, তোমাক অনিষ্ট কৰিব বিচৰা প্ৰাণী বুলি গণ্য কৰা৷” (চাওক:উপমা) সম্ভাব্য অর্থসমূহ: (১) “টকাৰ প্ৰতি আসক্তি” (UDB); (২) বেলেগ বেলেগ শিক্ষাবোৰ, অহংকাৰ আৰু যুক্তি তর্ক ৬:৩ পদত, আৰু ধনত আসক্তি”

খেদি যোৱা

“পিছে পিছে দৌৰা” বা “চিকাৰ কৰা” বা “তোমাৰ সাধ্য মানে কর্ম কৰা”

উত্তম যুদ্ধখন যুঁজা

…ধৰি ৰাখা…জীৱন কিছুমানে এই বাক্যাংশ খেল ধেমালি প্ৰতিযোগিতাৰ উপমা হিচাবে বুজে, যত বিজয়ী জনে পুৰস্কাৰটো পাবলৈ সক্ষম হয় (চাওক: উপমা)৷

ধৰি ৰাখা… জীৱন

কিছুমানে এই উপমাটো “উত্তম যুদ্ধ খন যুঁজা” এই কথাটোকে আন প্ৰকাৰে কোৱা বুলি বুজে: “আর্জন কৰিবলৈ তুমি সকলো কৰা…জীৱন” (চাওক: উপমা)

সাক্ষী দিলে

“সাক্ষ্য দিলে” বা “দৃঢ়ভাৱে সমর্থন কৰিলে”

আগত…

“উপস্থিতিত”

যি ভাল

“আপুনি যি বিশ্বাস কৰে সেই বিষয়ে”