as_tn/1ti/05/17.md

1.6 KiB

যোগ্য বুলি বিবেচনা কৰা হওক

“তোমালোক সকলো বিশ্বাসীয়েই ভবা উচিত…যোগ্য বুলি”

দুগুণ সমাদৰ

সম্ভাব্য অর্থসমূহ : (১) “দুয়োবিধৰ সন্মান
শ্ৰদ্ধা আৰু মাননি” বা (২) আন লোকে পোৱাতকৈ অধিক সন্মান

যিবিলাকে বাক্যৰ পৰিচর্যা কৰে আৰু শিক্ষা দিয়ে

“যিবিলাকে ঈশ্বৰৰ বাক্য কয় আৰু শিক্ষা দিয়ে”

মুখ বন্ধ কৰা

জন্তৰ নাক মুখ বন্ধ কৰা এডোখৰ কাপোৰ৷ এই “মুখ বন্ধনী” লগালে জন্তটোৱে মুখ মেলিব নোৱাৰে৷

ষাঁড় গৰু

এটা ডাঙৰ, শক্তিশালী জন্ত গৰুৰ দৰে

শস্য গছকে

চপোৱা শস্যৰ ওপৰত খোজ কঢ়া বা এটা গধুৰ বস্তু জোৰেৰে টানি দিয়া ইয়াৰ দ্বাৰা থোৰৰ পৰা বীজখিনি খাবৰ বাবে পৃথক কৰা হয়৷ শস্য মাৰোতে গৰুক কিছু শস্য খবলৈ দিয়া হয়৷

যোগ্য হয়

“পুৰস্কাৰ পোৱা যোগ্য”